XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    ka jingsniew (Khasi) [ Roman: ka]
    Contributed by: Himasri Das on 2023-08-01
    1. (Proper Adj.) Wishing evil to others or unhappy at others good fortune আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
    English:
    catty envious jealous malevolent malice malicious mischievous
    Assamese:
    অসূয়াপূৰ্ণ ঈৰ্ষা পৰৱশ ঈৰ্ষাকাতৰ ঈৰ্ষান্বিত ঈৰ্ষাপৰায়ণ ঈৰ্ষাযুক্ত ঈৰ্ষালু ঈৰ্ষী ক্ৰুৰদৃক খিয়লীয়া চকুচৰহা দুষ্টমতিযুক্ত দুৰাশয় দুৰীয়া দ্বেষপূৰ্ণ দ্ৰোহী দ্ৰোহীয়া পৰদ্বেষী পৰদ্ৰোহী পৰশ্ৰীকাতৰ মত্সৰী মৎসৰ হিংসক হিংসাকুৰীয়া হিংসাকুৰীয়া হিংসুক হিংসুকীয়া ৰাইলা
    Bodo:
    मेगन सानाइ मोनसा, हिंसा
    Khasi:
    ba bishni ka jingsniew
    Garo:
    mikron dal.a
    Meeteilon:
    kallakpa
    Mizo (Lushai):
    thik
    Karbi:
    ning-so
    Dimasa:
    Hingsah kahsin-muhsin
    Hindi:
    ईर्ष्य़ालु
    Deori:
    মুকুতি-কুঁমা হিংকা-নয়া

    Different POS:

    a. Abstract Noun: malevolencemaliceঅসদ্ভাৱঅসূয়াকুষাৰি...
    © xobdo.org - a dictionary by you, for you, of you !!